Jun 9, 2020

Top 05 Job Recruitment in Assam For Graduates || Top 05 Job Recruitment in June 2020

Top 05 Job Recruitment in Assam For Graduates

২০২০ চনৰ জুন মাহৰ ভিতৰত আটাইতকৈ বেছি চৰকাৰী চাকৰি (Govt. Job) প্ৰকাশ কৰিছে। আজি আমি Graduate প্ৰাৰ্থী সকলৰ বাবে প্ৰকাশ কৰা Top 05 Job Recruitment ৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। যদি আপুনি Graduate আৰু লগতে চাকৰি বিচাৰি আছে, তেন্তে আপুনি সঠিক ঠাইত আহিছে। বোলক আমি চাকৰি বোৰৰ বিষয়ে আলোচনা কৰো।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:


Govt Job in Assam

Top 05 Job Recruitment in Assam For Graduates


১. Assam Police Constable Recruitment 2020: Apply Online for 451 Constable /Guardsman Posts


Assam Police

Assam Police য়ে ৪৫১ টা Constable আৰু Guardsman ৰ খালি পদ ৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে ১০.০৬.২০২০ ৰ পৰা Online আবেদন কৰিব পাৰিব। আহক আমি পদবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰো।

পদৰ নামঃ Constable /Guardsman (Grade-III)
পদৰ সংখ্যাঃ ৪৫১ টা
দৰমহাঃ Pay Scale of Rs. 14000-60500/-, with Grade pay of Rs 5600/-(Pay Band-II).
শিক্ষাগত অৰ্হতাঃ H.S.L.C or Class X passed from a recognized Board or Council.

অন্যান্য যোগ্যতাঃ Home Guards Training Certificate or NCC ‘A’ Certificate.

ইচ্ছুক প্ৰাৰ্থীসকলে ১০.০৬.২০২০ ৰ পৰা Online আবেদন কৰিব পাৰিব। তলত আমি এপ্লাই কৰা ষ্টেপবোৰ আলোচনা কৰিছো। এই ষ্টেপবোৰ follow কৰিব পাৰে নাইবা তলত দিয়া ভিডিও টোও চাব পাৰে।



২. Secondary Education, Assam Recruitment 2020 - 133 Junior Assistant

Secondary Education


Secondary Education, Assam য়ে ১৩৩ টা Junior Assistant ৰ পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। যি সকল ব্যক্তিয়ে তলত উল্লেখ কৰা পদবোৰৰ বাবে আবেদন কৰিব খোজে, তেওলোকে Article খন ভালদৰে পঢ়ি উপযুক্ত পদৰ বাবে আবেদন কৰিব।

১. পদৰ নামঃ Junior Assistant (জিলা ভিত্তিক)
পদৰ সংখ্যাঃ ২০ টা
দৰমহাঃ Rs.14,000-60,500 with Grade Pay of Rs.6,200/-.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
কম্পিউটাৰৰ জ্ঞানঃ কম পক্ষেও ৬ মাহৰ ডিপ্লোমা।

২. পদৰ নামঃ Junior Assistant (জিলা ভিত্তিক আৰু চৰকাৰী বিদ্যালয় লেভেলৰ)
পদৰ সংখ্যাঃ ৯৯ টা
দৰমহাঃ Rs.14,000-60,500 with Grade Pay of Rs.5,600/-
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
কম্পিউটাৰৰ জ্ঞানঃ কম পক্ষেও ৬ মাহৰ ডিপ্লোমা।

৩. পদৰ নামঃ Statistical Assistant
পদৰ সংখ্যাঃ ১৪ টা
দৰমহাঃ Rs.14,000-60,500 with Grade Pay of Rs.7,600/-.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics নাইবা Economics বিষয়ত স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
কম্পিউটাৰৰ জ্ঞানঃ কম পক্ষেও ৬ মাহৰ ডিপ্লোমা।

যোগ্য প্ৰাৰ্থীসকলে তলত দিয়া step সমুহ follow কৰি, নিজৰ আবেদন খন জমা কৰিব পাৰে।








You can browse the best jobs on this page

AssamCareer.com JobsGraduate JobsGovt Jobs in Assam12th Pass Job

৩. Assam Police Forest Department Recruitment 2020 || Apply Online for 1081 Various Posts

Assam Police


অসম পুলিচে Forest Department ৰ প্ৰায় ১০৮১ টা বিভিন্ন ধৰনৰ পদৰ নিযুক্তিৰ বাবে আবেদন জমা দিবলৈ আহ্বান জনাইছে। উক্ত আবেদনবোৰ অসম পুলিচৰ অফিচিয়েল ৱেবচাইট www.slprbassam.in ত ২৫-০৬-২০২০ ৰ আগতে জমা কৰিব লাগিব।

১. পদৰ নাম: Forester-I
পদৰ সংখ্যা: ১৪৪
দৰমহা: 14000-60500 + GP Rs.6400
যোগ্যতা: যিকোনো ষ্ট্ৰীমত ব্যাচেলৰ ডিগ্রি

২. পদৰ নাম: Stenographer Grade-III
পদৰ সংখ্যা: ১১
দৰমহা: 14000-60500 + GP Rs.8700
যোগ্যতা: যিকোনো ষ্ট্ৰীমত ব্যাচেলৰ ডিগ্ৰি লগতে Stenographer ৰ ডিগ্ৰি

৩. পদৰ নাম: Forest Guard
পদৰ সংখ্যা: ৮১২
দৰমহা: 14000-60500 + GP Rs.5600
যোগ্যতা: H.S. পাছ

৪. পদৰ নাম:

৫.
৬.
৭.
৮.


৪. IOCL Recruitment 2020: Apply Online for 404 Posts

IOCL


Indian Oil Corporation Limited (IOCL), ৰ Marketing Division য়ে ৪০৪ টা Trade Apprentice আৰু Technician Apprentice ৰ খালি পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। তলত আমি পদবোৰৰ বিতং তথ্য আলোচনা কৰিছো। ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ যোগ্য পদৰ বাবে আবেদন কৰক।

১. পদৰ নামঃ Technician Apprentice
পদৰ সংখ্যাঃ ২২১
দৰমহাঃ As per govt Rule.
শিক্ষাগত অৰ্হতাঃ 3 years Diploma in relevant disciplines.

২. পদৰ নামঃ Trade Apprentice
পদৰ সংখ্যাঃ ১৮৩ টা
দৰমহাঃ As per govt Rule.
শিক্ষাগত অৰ্হতাঃ Matric Pass with ITI course in respective disciplines.

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰত।

৩. পদৰ নামঃ ........
পদৰ সংখ্যাঃ ...............
দৰমহাঃ As ...........
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।


৪. Assam Secretariat Recruitment 2020

Assam Secretariat


অসম বিধানসভা সচিবালয়ে ১১ টা বিভিন্ন ধৰনৰ খালি পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপনৰ প্ৰকাশ কৰিছে। তলত পদবোৰৰ বিস্তাৰিত তথ্য আলোচনা কৰিছো। ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আবেদনখন দাখিল কৰক।

১. পদৰ নামঃ Under Secretary
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 30000-110000/- + GP-14500 P.M. in Pay Band - 4 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।

২. পদৰ নামঃ Librarian
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 30000-110000/- + GP-13300 P.M. in Pay Band - 4 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ Master Degree in Library Science from any recognized University.

৩. পদৰ নামঃ Assistant Language Officer
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 22000-87000/- + GP-11500 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ M.A. in English or Assamese

৪. পদৰ নামঃ Deputy Marshal
পদৰ সংখ্যাঃ ০২ টা
দৰমহাঃ 22000-87000/-+GP-9700 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।

৫. পদৰ নাম:

৬.
৭.
৮.








Medical College Recruitment
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers, and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

2 comments: