Jun 8, 2020

Secondary Education, Assam Recruitment 2020 - 133 Junior Assistant Posts (Link Activated )

Secondary Education, Assam Recruitment 2020

Secondary Education, Assam য়ে ১৩৩ টা Junior Assistant ৰ পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। যি সকল ব্যক্তিয়ে তলত উল্লেখ কৰা পদবোৰৰ বাবে আবেদন কৰিব খোজে, তেওলোকে Article খন ভালদৰে পঢ়ি উপযুক্ত পদৰ বাবে আবেদন কৰিব।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:


Secondary Education

Posts under Secondary Education, Assam Recruitment 2020


১. পদৰ নামঃ Junior Assistant (জিলা ভিত্তিক)
পদৰ সংখ্যাঃ ২০ টা
দৰমহাঃ Rs.14,000-60,500 with Grade Pay of Rs.6,200/-.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
কম্পিউটাৰৰ জ্ঞানঃ কম পক্ষেও ৬ মাহৰ ডিপ্লোমা।

২. পদৰ নামঃ Junior Assistant (জিলা ভিত্তিক আৰু চৰকাৰী বিদ্যালয় লেভেলৰ)
পদৰ সংখ্যাঃ ৯৯ টা
দৰমহাঃ Rs.14,000-60,500 with Grade Pay of Rs.5,600/-
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
কম্পিউটাৰৰ জ্ঞানঃ কম পক্ষেও ৬ মাহৰ ডিপ্লোমা।

৩. পদৰ নামঃ Statistical Assistant
পদৰ সংখ্যাঃ ১৪ টা
দৰমহাঃ Rs.14,000-60,500 with Grade Pay of Rs.7,600/-.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics নাইবা Economics বিষয়ত স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
কম্পিউটাৰৰ জ্ঞানঃ কম পক্ষেও ৬ মাহৰ ডিপ্লোমা।

বয়সৰ সীমাঃ প্ৰাৰ্থীজনৰ ২১ ৰ পৰা ৩৮ বছৰ বয়সৰ হব লাগিব।






You can browse the best jobs on this page

AssamCareer.com JobsGraduate JobsGovt Jobs in Assam12th Pass Job
Secondary Education

Secondary Education, Assam Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

Mode of Application: Online

যোগ্য প্ৰাৰ্থীসকলে তলত দিয়া step সমুহ follow কৰি, নিজৰ আবেদন খন জমা কৰিব পাৰে।

☸ তললৈ Scroll Dowwn কৰক।
☸ Apply Online ত ক্লিক কৰক।
☸ নিজৰ আবেদন খন ফিল-আপ কৰক।
☸ নিজৰ বৰ্ণনাবোৰ দিয়াৰ পিছত Submit কৰক।
☸ Submit কৰাৰ পিছত ফৰ্ম খন Download কৰি থওক।


Important Dates for Secondary Education, Assam Recruitment 2020


☸ Application জমা কৰাৰ আৰম্ভনি তাৰিখঃ ৮ জুন ২০২০
☸ Application জমা কৰাৰ অন্তিম তাৰিখঃ ২৩ জুন ২০২০






Secondary Education, Assam Recruitment 2020 ৰ বাবে কিছ্মান Important Link

Application Form জমা কৰিবলৈঃ ইয়াত ক্লিক কৰক ৮ জুন ২০২০ ৰ পৰা
Official Website লা যাওকঃ ইয়াত ক্লিক কৰক

Secondary Education


Medical College Recruitment
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment