POWERGRID Recruitment 2020
Power Grid Corporation of India Limited য়ে উত্তৰ পূৰ্বাঞ্চল ৰ ৰাজ্যসমূহৰ বাবে ১৩৭ টা Apprentices ৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে এই Article খন পঢ়ি পদবোৰৰ বিতং তথ্য জানি লওক। ইয়াত পদবোৰৰ বৰ্ণনা কৰিছো।নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.
Subscribe to our Youtube Channel for Latest Updates:
Posts under POWERGRID Recruitment 2020
পদৰ নামঃ Apprentice
পদৰ সংখ্যাঃ ১৩৭ টা
দৰমহাঃ প্ৰতিমাহে ১৫০০/-
POWERGRID Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?
Mode of Application: Onlineইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া লিংকৰ পৰা নিজৰ আবেদন দাখিল কৰিব পাৰে।
☸ Application জমা কৰাৰ অন্তিম তাৰিখঃ ৩০ জুন ২০২০
POWERGRID Recruitment 2020 ৰ বাবে কিছ্মান Important Link
Application জমা কৰিবলৈঃ ইয়াত ক্লিক কৰকOfficial Advertisement: ইয়াত ক্লিক কৰক
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers, and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.
No comments:
Post a Comment