Assam Secretariat Recruitment 2020
অসম বিধানসভা সচিবালয়ে ১১ টা বিভিন্ন ধৰনৰ খালি পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপনৰ প্ৰকাশ কৰিছে। তলত পদবোৰৰ বিস্তাৰিত তথ্য আলোচনা কৰিছো। ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আবেদনখন দাখিল কৰক।নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.
Subscribe to our Youtube Channel for Latest Updates:
Posts under Assam Secretariat Recruitment 2020
১. পদৰ নামঃ Under Secretary
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 30000-110000/- + GP-14500 P.M. in Pay Band - 4 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
২. পদৰ নামঃ Librarian
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 30000-110000/- + GP-13300 P.M. in Pay Band - 4 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ Master Degree in Library Science from any recognized University.
৩. পদৰ নামঃ Assistant Language Officer
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 22000-87000/- + GP-11500 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ M.A. in English or Assamese
৪. পদৰ নামঃ Deputy Marshal
পদৰ সংখ্যাঃ ০২ টা
দৰমহাঃ 22000-87000/-+GP-9700 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
৫. পদৰ নামঃ English Reporter, Gr.-II
পদৰ সংখ্যাঃ ০২ টা
দৰমহাঃ 22000-87000/-+GP-9400 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
৬. পদৰ নামঃ Stenographer, Gr.-II (E)
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 22000-87000/-+GP-9400 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
৭. পদৰ নামঃ Language Reporter Gr.-II
পদৰ সংখ্যাঃ ০২ টা
দৰমহাঃ 22000-87000/-+GP-9400 P.M. in Pay Band - 3 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ যিকোনো চৰকাৰী অনুমোদন প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী প্ৰাপ্ত হব লাগিব।
৮. পদৰ নামঃ
পদৰ সংখ্যাঃ ০১ টা
দৰমহাঃ 14000-49000/-+GP-8700 P.M. in Pay Band – 2 and other admissible allowances.
শিক্ষাগত অৰ্হতাঃ Bachelor Degree in Library Science from any recognized University.
Assam Secretariat Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?
ইচ্ছুক প্ৰাৰ্থীসকলে Assam Gazette ৰ Part-IX ৰ Standard Form ফিলাপ কৰি তলৰ ঠিকনালৈ পঠিয়াই দিব।লগত পঠিয়াব লগা documents বোৰঃ
☸ Age proof certificate
☸ 2 (two) copies of recent passport size color photographs.
☸ Certificate/Marksheet of minimum qualification required for the concerned post.
☸ Employment Exchange Registration Card/Certificate.
☸ A self-addressed envelope (size 22x10cm) affixing postal stamp of Rs. 5/-only shall be submitted.
Selection Process: Click Here
আবেদন পঠিয়াব লগা ঠিকনাঃ
Principal Secretary, Assam Legislative Assembly, Dispur, Guwahati-781006.
Application Fee for Assam Secretariat Recruitment 2020
Application Fee is not required for the above mentioned posts due to the COVID-19 pandemic in the country.Assam Secretariat Recruitment 2020 ৰ বাবে কিছ্মান Important Link
Application Form ডাওনলোড কৰকঃ ইয়াত ক্লিক কৰকAdvertisement ডাওনলোড কৰকঃ ইয়াত ক্লিক কৰক
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.
Selection process?
ReplyDeletewe are updating
Delete