Assam Police Constable Recruitment 2020
Assam Police য়ে ৪৫১ টা Constable আৰু Guardsman ৰ খালি পদ ৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে ১০.০৬.২০২০ ৰ পৰা Online আবেদন কৰিব পাৰিব। আহক আমি পদবোৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰো।নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.
Subscribe to our Youtube Channel for Latest Updates:
Posts under Assam Police Constable Recruitment 2020
পদৰ নামঃ Constable /Guardsman (Grade-III)
পদৰ সংখ্যাঃ ৪৫১ টা
দৰমহাঃ Pay Scale of Rs. 14000-60500/-, with Grade pay of Rs 5600/-(Pay Band-II).
শিক্ষাগত অৰ্হতাঃ H.S.L.C or Class X passed from a recognized Board or Council.
অন্যান্য যোগ্যতাঃ Home Guards Training Certificate or NCC ‘A’ Certificate.
Physical Standard:
i. Height (Minimum)
. | Male | Female |
Gen/OBC/MOBC/SC | 162.56 cm | 154.94 cm |
ST(H)/ ST(P) | 160.02 cm | 152.40 cm |
ii. Chest (Only for men)
. | Normal | Expanded |
Gen/OBC/MOBC/SC/ST(P) etc | 80Cm | 85 Cm |
ST(H) | 78 Cm | 83 Cm |
☸ Assam Police Forest Department Syllabus 2020: Selection Process, Syllabus & Guide Books: ইয়াত ক্লিক কৰক
Assam Police Constable Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?
Mode of Application: Onlineইচ্ছুক প্ৰাৰ্থীসকলে ১০.০৬.২০২০ ৰ পৰা Online আবেদন কৰিব পাৰিব। তলত আমি এপ্লাই কৰা ষ্টেপবোৰ আলোচনা কৰিছো। এই ষ্টেপবোৰ follow কৰিব পাৰে নাইবা তলত দিয়া ভিডিও টোও চাব পাৰে।
Steps to Apply:
১. তলত দিয়া "Apply Online" লিংকত ক্লিক কৰক।
২. সোফালে থকা ৰেজিষ্ট্ৰেশন বক্সত নিজৰ নামটো ৰেজিষ্টাৰ কৰক।
৩. Application ফৰ্ম খন ফিল-আপ কৰি Submit কৰক।
Application Fee for Assam Police Constable Recruitment 2020
এই পদবোৰৰ বাবে কোনো Application Fee নালাগে।Selection Process for Assam Police Constable Recruitment 2020
৪৫১ টা Constable আৰু Guardsman ৰ খালি পদ ৰ নিযুক্তিৰ বাবে তিনি ধৰনৰ Test হব।a) Physical Standards Tests (PST)
b) Physical Efficiency Tests (PET) and
c) Written Test
Important Dates for Assam Police Constable Recruitment 2020
☸ Online আবেদন কৰাৰ আৰম্ভনি তাৰিখঃ ১০.০৬.২০২০
☸ Online আবেদন কৰাৰ অন্তিম তাৰিখঃ ৩০.০৬.২০২০
Assam Police Constable Recruitment 2020 ৰ বাবে কিছ্মান Important Link
☸ Apply Now: ইয়াত ক্লিক কৰক☸ Advertisement ডাওনলোড কৰকঃ ইয়াত ক্লিক কৰক
☸ Assam Police Forest Department Syllabus 2020: Selection Process, Syllabus & Guide Books: ইয়াত ক্লিক কৰক
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.
No comments:
Post a Comment