May 23, 2020

জল জীৱন মিছন, অসম নিয়োগ ২০২০ || Jal Jeevan Mission, Assam Recruitment 2020: Apply for Specialist & Hydrogeologist Posts

Jal Jeevan Mission, Assam Recruitment 2020: Job in Assam

State Project Management Unit, Jal Jeevan Mission, Assam এ বিভিন্ন পদৰ নিযুক্তিৰ বাবে এটা Notice প্ৰকাশ কৰিছে। পদবোৰ ক্ৰমে Procurement and Contract Management Specialist, Structural Design Specialist, Water Quality Monitoring and Surveillance Specialist, and Hydrogeologist posts


নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:



Posts under Jal Jeevan Mission, Assam Recruitment 2020


১. পদৰ নাম: Procurement and Contract Management Specialist
দৰমহা: প্ৰতি মাহে ১,০০,০০০ - ১,৩০,০০০
যোগ্যতা: Procurement and Contract Management ত মাষ্টাৰ ডিগ্ৰী ৰ লগতে ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী।

২. পদৰ নাম: Structural Design Specialist
দৰমহা: প্ৰতি মাহে ৬০,০০০ - ৮০,০০০
যোগ্যতা: Structural Engineering ত মাষ্টাৰ ডিগ্ৰী ৰ লগতে Water treatment Stuctural Design ত ভাল জ্ঞান থাকিব লাগিব।

৩. পদৰ নাম: Water Quality Monitoring and Surveillance Specialist
দৰমহা: প্ৰতি মাহে ৬০,০০০ - ৮০,০০০
যোগ্যতা: ৰসায়ন বিজ্ঞানত মাষ্টাৰ ডিগ্ৰী।

৪. পদৰ নাম: Hydrogeologist
দৰমহা: প্ৰতি মাহে ৬০,০০০ - ৮০,০০০
যোগ্যতা: Geology ত মাষ্টাৰ ডিগ্ৰী।






You can browse the best jobs on this page

AssamCareer.com JobsGraduate JobsGovt Jobs in Assam12th Pass Job

Jal Jeevan Mission, Assam Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

Mode of Application: Online

উত্সোক প্ৰাৰ্থী সকলে নিজৰ Application খনৰ লগতে অন্যান্য নথিসমূহ তলৰ ইমেইলত পঠাই দিব। [email protected] gmail.com

কিছু গুৰুত্বপূৰ্ণ কথা:
☸ Application জমা কৰাৰ অন্তিম তাৰিখ - ০৫ জুন, ২০২০
☸ Application খন তলত দিয়া ধৰনৰ হে হব লাগিব। (তলৰ লিংক ত দিয়া আছে)
☸ আবেদনকাৰিয়ে সেই পদৰ নাম স্পস্ট ভাৱে উল্লেখ কৰিব লাগিব, যিটোৰ বাবে তেও Apply কৰিব ।






জল জীৱন মিছন, অসম ৰ বাবে কিছ্মান Important Link

Application Form ডাওনলোড কৰকঃ ইয়াত ক্লিক কৰক


Medical College Recruitment
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment