Jun 3, 2020

IOCL Recruitment 2020: Apply Online for 404 Technician & Trade Apprentice Posts

IOCL Recruitment 2020

Indian Oil Corporation Limited (IOCL), ৰ Marketing Division য়ে ৪০৪ টা Trade Apprentice আৰু Technician Apprentice ৰ খালি পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। তলত আমি পদবোৰৰ বিতং তথ্য আলোচনা কৰিছো। ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ যোগ্য পদৰ বাবে আবেদন কৰক।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:


IOCL

Posts under IOCL Recruitment 2020


১. পদৰ নামঃ Technician Apprentice
পদৰ সংখ্যাঃ ২২১
দৰমহাঃ As per govt Rule.
শিক্ষাগত অৰ্হতাঃ 3 years Diploma in relevant disciplines.

২. পদৰ নামঃ Trade Apprentice
পদৰ সংখ্যাঃ ১৮৩ টা
দৰমহাঃ As per govt Rule.
শিক্ষাগত অৰ্হতাঃ Matric Pass with ITI course in respective disciplines.

বয়সৰ সীমাঃ ১৮ ৰ পৰা ২৪ বছৰ বয়সৰ ভিতৰত।






You can browse the best jobs on this page

AssamCareer.com JobsGraduate JobsGovt Jobs in Assam12th Pass Job
IOCL

IOCL Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

Mode of Application: Online

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া STEP সমূহ অনুসৰন কৰি পদবোৰৰ বাবে এপ্লাই কৰিব পাৰে।

☞ তললৈ Scroll Down কৰি Important Link Section ত যাওক।
☞ Apply Now ত ক্লিক কৰক |
☞ Apply Online ত ক্লিক কৰক |
☞ Application Form খন ফিল-আপ কৰক।
☞ ফটো আৰু ছিগনেছাৰ Upload কৰক ।

ফটো আৰু ছিগনেছাৰ Resize কৰাৰ বাবে তলৰ ভিডিওটো চাওক।




Important Dates for IOCL Recruitment 2020


☸ Online Application আৰম্ভ তাৰিখঃ ২৯-০৫-২০২০
☸ Online Application অন্তিম তাৰিখঃ ১৮-০৬-২০২০






IOCL Recruitment 2020 ৰ বাবে কিছ্মান Important Link

Advertisement ডাওনলোড কৰকঃ ইয়াত ক্লিক কৰক

Online Application কৰকঃ ইয়াত ক্লিক কৰক



IOCL
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment