May 31, 2020

DC office, Barpeta Recruitment 2020: Apply Online for 27 Junior Assistant Posts

Deputy Commissioner, Barpeta

Deputy Commissioner, Barpeta ই ২৭ টা Junior Assistant ৰ পদ নিযুক্তিৰ বাবে এটা কৰ্মসংস্থাপন বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে এই পেজটো পঢ়ি বিজ্ঞাপনখনৰ বিষয়ে জানিব পাৰিব।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.
Subscribe to our Youtube Channel for Latest Updates:

dc office barpeta

Posts under Deputy Commissioner, Barpeta



পদৰ নাম: Junior Assistant
পদৰ সংখ্যা: 27
দৰমহা: PB-2 Rs.14000/- - Rs.60500/- + Grade pay Rs.6200/-
যোগ্যতা: অতি কম পক্ষেও বিএ বা বিকোম বা বিএছি পাছ হব লাগিব। লগতে basic Computer ৰ জ্ঞান থাকিব লাগিব।


বয়স সীমাঃ প্ৰাৰ্থীজনৰ বয়স ১৮ ৰ পৰা ৪৪ বছৰৰ ভিতৰত থাকিব লাগিব।



Deputy Commissioner, Barpeta ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

Mode of Application: Online

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া এপ্লাই লিংকটোৰ পৰা Apply কৰিব পাৰিব।


Application Process ২৫.০৫.২০২০ ৰ পৰা ০৩.০৬.২০২০ লৈ চলি থাকিব।
dc office barpeta




Deputy Commissioner, Barpeta ৰ বাবে কিছ্মান Important Link


Apply কৰকঃ ইয়াত ক্লিক কৰক

Official Advertisement Download কৰকঃ ইয়াত ক্লিক কৰক

dc office barpeta


dc office barpeta
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment