May 27, 2020

DC, Lakhimpur Recruitment 2020: Apply Online for Driver Post

DC, Lakhimpur Recruitment 2020

Deputy Commissioner, Lakhimpur ই এটা Driver ৰ পদ নিযুক্তিৰ বাবে এটা কৰ্মসংস্থাপন বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে এই পেজটো পঢ়ি বিজ্ঞাপনখনৰ বিষয়ে জানিব পাৰিব।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:


DC, Lakhimpur

Posts under DC, Lakhimpur Recruitment 2020


পদৰ নাম: Driver (Grade-III) ড্ৰাইভাৰ
দৰমহা: ₹.14,000 - 60,5000/-, Grade Pay- Rs.5,200/-
যোগ্যতা:
a) অষ্টম মান শ্ৰেণী পাছ।
(b) LMV লাইচেঞ্চ থকাটো বাধ্যতা মূলক।

বয়সৰ সীমাঃ ০১-০১-২০২০ ত প্ৰাৰ্থীজনৰ বয়স ১৮ ৰ পৰা ৪৩ বছৰৰ ভিতৰত থাকিব লাগিব।






DC, Lakhimpur Recruitment 2020 ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

Mode of Application: Online

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া এপ্লাই লিংকটোৰ পৰা Apply কৰিব পাৰিব।


Application Process ২৬.০৫.২০২০ ৰ পৰা ১৭.০৬.২০২০ লৈ চলি থাকিব।

DC, Lakhimpur

প্ৰাৰ্থীসকলে তলত দিয়া নথিসমূহ জমা কৰিব লাগিবঃ
☸ Education Qualification Certificates,
☸ Age proof Certificates,
☸ Caste Certificate,
☸ valid Employment Exchange card,
☸ Good quality of the photograph,
☸ LMV Driving License issued by recognized authority (Assam State only),
☸ Experience Certificate etc.






DC, Lakhimpur Recruitment 2020 ৰ বাবে কিছ্মান Important Link





Apply কৰকঃ ইয়াত ক্লিক কৰক

Official Advertisement Download কৰকঃ ইয়াত ক্লিক কৰক


DC, Lakhimpur
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment