May 28, 2020

Bharatiya Pashupalan Nigam Ltd Recruitment 2020 || প্ৰায় ৭০,০০০ টা পদ ।। HSLC to Graduate

Bharatiya Pashupalan Nigam Ltd Recruitment 2020

ভাৰতীয় পশুপালন নিগম লি. এ প্ৰায় ৭০,০০০ টা খালি পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই পদবোৰৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে Online যোগে আবেদন দাখিল কৰিবলৈ আহ্বান কৰিছে।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:


Bharatiya Pashupalan Nigam

Posts under Bharatiya Pashupalan Nigam Ltd


১. পদৰ নামঃ Skill center in charge
পদৰ সংখ্যাঃ ৯৭ টা
দৰমহাঃ ₹১৮,০০০
যোগ্যতাঃ যিকোনো বিষয়ত Post-Graduate হব লাগিব।

২. পদৰ নামঃ Skill development officer
পদৰ সংখ্যাঃ ১৮৮ টা
দৰমহাঃ ₹১৫,০০০
যোগ্যতাঃ যিকোনো বিষয়ত Graduate হব লাগিব।

৩. পদৰ নামঃ Skills admissions consultant
পদৰ সংখ্যাঃ ৯৫৯ টা
দৰমহাঃ ₹১২,০০০
যোগ্যতাঃ হায়াৰ ছেকোন্ডাৰী পাছ ( 12th pass)

৪. পদৰ নামঃ Vetenary Developement Centre Officer
পদৰ সংখ্যাঃ প্ৰত্যেক গাওঁ পঞ্চায়ত এটাকৈ।
দৰমহাঃ ₹১০,০০০
যোগ্যতাঃ মেট্ৰিক পাছ লগতে কম্পিউটাৰ ডিপ্লোমা।

৫. পদৰ নামঃ Office assistant
পদৰ সংখ্যাঃ ৯৯ টা
দৰমহাঃ ₹৮,০০০
যোগ্যতাঃ মেট্ৰিক পাছ।






You can browse the best jobs on this page

AssamCareer.com JobsGraduate JobsGovt Jobs in Assam12th Pass Job
Bharatiya Pashupalan Nigam

Bharatiya Pashupalan Nigam Ltd ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

Mode of Application: Online

তলত দিয়া লিংকত ক্লিক কৰি পদবোৰৰ বাবে এপ্লাই কৰক।

Steps to Apply Online:
☛ তলত দিয়া লিংকত ক্লিক কৰি official website ত যাওক।
☛ আপুনি এপ্লাই কৰিব খোজা পদটো বাছনি কৰক।
☛ Application ফৰ্মখন ফিল-আপ কৰক।
☛ Submit কৰক।






Bharatiya Pashupalan Nigam Ltd ৰ বাবে কিছ্মান Important Link

☛ Apply কৰকঃ ইয়াত ক্লিক কৰক

☛ Official Advertisement Download কৰকঃ ইয়াত ক্লিক কৰক


Bharatiya Pashupalan Nigam
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment