May 28, 2020

Assam Police Forest Department Recruitment 2020 || Apply Online for 1081 Various Posts

Assam Police Forest Department Recruitment

অসম পুলিচে Forest Department ৰ প্ৰায় ১০৮১ টা বিভিন্ন ধৰনৰ পদৰ নিযুক্তিৰ বাবে আবেদন জমা দিবলৈ আহ্বান জনাইছে। উক্ত আবেদনবোৰ অসম পুলিচৰ অফিচিয়েল ৱেবচাইট www.slprbassam.in ত ২৫-০৬-২০২০ ৰ আগতে জমা কৰিব লাগিব।

Applications are invited from eligible candidates for filling up the following posts of the Forest Department, Assam. Applications must be submitted online through SLPRB website (www.slprbassam.in). Only online applications will be received with effect from 25-05-2020 and the last date of receiving application will be 25-06-2020. No application will be received thereafter.


নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:



Assam Police


Posts under Assam Police Forest Department Recruitment



১. পদৰ নাম: Forester-I
পদৰ সংখ্যা: ১৪৪
দৰমহা: 14000-60500 + GP Rs.6400
যোগ্যতা: যিকোনো ষ্ট্ৰীমত ব্যাচেলৰ ডিগ্রি

২. পদৰ নাম: Stenographer Grade-III
পদৰ সংখ্যা: ১১
দৰমহা: 14000-60500 + GP Rs.8700
যোগ্যতা: যিকোনো ষ্ট্ৰীমত ব্যাচেলৰ ডিগ্ৰি লগতে Stenographer ৰ ডিগ্ৰি

৩. পদৰ নাম: Forest Guard
পদৰ সংখ্যা: ৮১২
দৰমহা: 14000-60500 + GP Rs.5600
যোগ্যতা: H.S. পাছ

৪. পদৰ নাম: Surveyor
পদৰ সংখ্যা: ৩৫
দৰমহা: 14000-60500 + GP Rs.6200
যোগ্যতা: মেট্ৰীক পাছ

৫. পদৰ নাম: Mahut
পদৰ সংখ্যা: ২৮
দৰমহা: 14000-60500 + GP Rs.5000
যোগ্যতা: এইথ পাছ লগতে হাতী ৰখাৰ যোগ্যতা

৬. পদৰ নাম: Carpenter
পদৰ সংখ্যা: ০১
দৰমহা: 14000-60500 + GP Rs.5000
যোগ্যতা: মেট্ৰীক পাছ লগতে Carpenter ৰ ট্ৰেড চাৰ্টিফিকেট

৭. পদৰ নাম: Driver
পদৰ সংখ্যা: ৫০
দৰমহা: 14000-60500 + GP Rs.5200
যোগ্যতা: মেট্ৰীক পাছ লগত চাৰিচকীয়া ড্ৰাইভিং লাইচেঞ্চ


Age Limit:
a) Forester-I & Stenographer Grade III: Candidate should not be more than 38 years and less than 21 years of age as on 1st January 2020 (candidate must be born on or before 01-01-1999 and on or after 01-01-1982).
b) Forest Guard, Surveyor, Mahut, Carpenter & Driver: Candidate should not be more than 38 years and less than 18 years of age as on 1st January 2020 (candidate must be born on or before 01-01-2002 and on or after 01-01-1982).







Assam Police Forest Department Recruitment ৰ বাবে কেনেদৰে এপ্লাই কৰিব?

Mode of Application: Online

ইচ্ছুক প্ৰাৰ্থী সকলে অসম পুলিচৰ অফিচিয়েল ৱেবচাইট ত নিজৰ আবেদনখন জমা কৰিব লাগিব। তলত দিয়া লিংক টোত ক্লিক কৰি ও আপুনি এপ্লাই কৰিব পাৰে। আবেদনখন জমা কৰা Step বোৰ হলঃ
☸ তলত দিয়া লিংক টোত ক্লিক কৰক।
☸ Application খন ফিল-আপ কৰক।
☸ Submit কৰক।

Important Dates for Assam Police Forest Department Recruitment



online application জমা কৰাৰ আৰম্ভনি তাৰিখঃ 25/05/2020, 4 PM
online application জমা কৰাৰ অন্তিম তাৰিখঃ 25/06/2020






Assam Police ৰ বাবে কিছ্মান Important Link


Apply কৰকঃ ইয়াত ক্লিক কৰক

Official Advertisement Download কৰকঃ ইয়াত ক্লিক কৰক



Assam Police
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers, and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment