May 29, 2020

Assam Medical College Recruitment 2020: Apply For Medical Social Worker Post

Assam Medical College Recruitment 2020

Assam Medical College য়ে Medical Social Worker ৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া বৰ্ণনা চাই এই পদৰ বাবে আবেদন কৰিব পাৰিব। এই Article খনত আমি পদৰ বৰ্মনা, কেনেদৰে আবেদন কৰিব, ক'ত জমা কৰিব, ইত্যাদি আলোচনা কৰিছো।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:


Assam Medical College

Posts under Assam Medical College Recruitment


পদৰ নামঃ Medical Social Worker
দৰমহাঃ প্ৰতি মাহে 35,550/- (fixed)
শিক্ষাগত অৰ্হতাঃ Master of Social Work (MSW)/ M.Sc. (Life Sciences) degree holders.
অতিৰিক্ত যোগ্যতাঃ
(1) Minimum one year of experience in the diabetes research field.
(2) Knowledge of computer applications and data management.


Assam Medical College Recruitment ৰ বাবে কেনেদৰে এপ্লাই কৰিব ?

ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া ঠিকনাত গৈ ইন্টাৰ্ভিউত অংশগ্ৰহন কৰিব লাগিব।

ইন্টাৰ্ভিউ ৰ তাৰিখঃ ০৩ জুন ২০২০
ইন্টাৰ্ভিউ ৰ সমযঃ ৰাতিপুৱা ১০ঃ৩০ বজাৰ পৰা
ইন্টাৰ্ভিউ ৰ ঠাইঃ Office the Head of the Department, Medicine, AMCH, Dibrugarh






Assam Medical College Recruitment ৰ বাবে কিছ্মান Important Link

Application Form ডাওনলোড কৰকঃ ইয়াত ক্লিক কৰক


Assam Medical College
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment