May 26, 2020

AHSEC Help Desk 2020 for Students: Submit Your Queries Online

AHSEC Help Desk 2020 for Students

AHSEC অৰ্থাত Assam Higher Secondary Education Council য়ে অলপতে ছাত্ৰ ছাত্ৰী সকলৰ বাবে এটা AHSEC help desk খুলিছে। যিহেতু COVID-19 মহামাৰীৰ বাবে সকলো স্কুল-কলেজ বন্ধ হৈ আছে, আৰু ছাত্ৰ ছাত্ৰী সকলৰ মনত বহুত প্ৰশ্ন আহি আছে। সেইবোৰৰ উত্তৰ দিবলৈ AHSEC য়ে help desk খুলিছে। AHSEC ৰ এই help desk জৰিয়তে ছাত্ৰ থাত্ৰীৰ লগতে অভিভাৱক সকলেও নিজৰ doubt বোৰ clear কৰিব পাৰিব।

নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.

Subscribe to our Youtube Channel for Latest Updates:



AHSEC Help Desk 2020 for Students: Submit Your Queries Online

AHSEC ৰ এই help desk ত এতিয়া Examination, Registration, Admission, Academic details, Certificates এইবোৰো চেক কৰিব পাৰিব।

AHSEC Free Text Books For Class 12 Students - Check Distribution Schedule: Click Here

How to submit queries to AHSEC Help Desk: AHSEC Help Desk ত queries কিদৰে জমা কৰিবঃ


☸ প্ৰথমতে, AHSEC Help Desk ৰ লিংকত ক্লিক কৰক (ইয়াত ক্লিক কৰক)
☸ আপুনি এখন ফৰ্ম দেখা পাব।
☸ ফৰ্ম খন ফিল-আপ কৰক।
☸ জমা কৰক।
☸ আপুনি গোটেই ফৰ্ম খন অসমীয়াতো ফিল-আপ কৰিব পাৰিব।


☸ জমা কৰাৰ পিছত আপুনি এটা Query ID পাব।
☸ এই Query ID টোৰ সহায়ত আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ আহিছে নে নাই চাব পাৰিব।





AHSEC Help Desk 2020 ৰ বাবে কিছ্মান Important Link





☞ AHSEC Help Desk: ইয়াত ক্লিক কৰক


☞ Check Your Query Status: ইয়াত ক্লিক কৰক



Medical College Recruitment
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.

No comments:

Post a Comment