AHSEC Free Text Books For Class 12 Students - Check Distribution Schedule
AHSEC অৰ্থাত Assam Higher Secondary Education Council য়ে ক্লাছ ১২ বা HS দ্বীতিয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি দিবলৈ দিন ধাৰ্য্য কৰিছে। তলত আমি ধাৰ্য্য কৰা দিনবোৰ দি দিছো।নমস্কাৰ বন্ধুসকল, Jobinassam.in ত আপোনালোকক স্বাগতম জনাইছো। মই প্ৰশান্ত পাল, আৰু মই ইয়াত সকলো ধৰনৰ latest Govt. jobs, Private jobs, Company Jobs, Results, Academic information ইত্য়াদি আলোচনা কৰো। সকলো Assam Career ৰ খবৰ পাবলৈ আমাৰ লগত সংযোগ হৈ থাকক.
Subscribe to our Youtube Channel for Latest Updates:
AHSEC Free Text Books For Class 12 Students
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষনা কৰা মতে, AHSEC অৰ্থাত Assam Higher Secondary Education Council য়ে ২৬ মে ২০২০ ৰ পৰা ক্লাছ ১২ বা HS দ্বীতিয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া কিতাপ পত্ৰ বিলাব।Free Textbooks for Class XII will be delivered to the eligible Students from 26th May to 28th May 2020. All students are requested to follow the COVID-19 protocols and collect Books from their respective Schools or from selected locations.
ক্লাছ ১২ বা HS দ্বীতিয় বৰ্ষৰ উপযুক্ত ছাত্ৰ ছাত্ৰী সকলক ২৬ মে ৰ পাৰা ২৮ মে ২০২০ লৈ বিনামূলীয়া কিতাপ পত্ৰ দিয়া হব। সকলোবোৰ ছাত্ৰ ছাত্ৰীক COVID-19 ৰ সতৰ্কতা সমূহ অৱলম্বন কৰি উপযুক্ত স্থান, বিদ্যালয় ৰ পৰা পাঠ্যপুথি বোৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে।
Education and health minister asked all the students to maintain social distancing norms as well as wear masks in a bid to fight COVID-19.
আমাৰ শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী দেৱে ছাত্ৰ ছাত্ৰী সকলক সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ masks বোৰ পিন্ধি আহিবলৈ অনুৰোধ জনাইছে।
E-Book Download কৰিবলৈঃ ইয়াত ক্লিক কৰক
All the content published on www.jobinassam.in should be considered only as an information resource only to recruiters, jobseekers, advertisers and other site users. We are not responsible for any misrepresentation of facts or accuracy of these jobs, products, and services or for external links from this website. Moreover, we do not assure or guarantee of providing any kinds of jobs to job seekers.
No comments:
Post a Comment